ৰেচম

ৰেচম পালন তথ্য ও জ্ঞান ব্যৱস্থা (চিল্কচ্)ৰেচম পালনৰ লগত জৰিত পৰিকল্পনাকাৰী,

About CSB

About CSB

কেন্দ্রীয় ৰেচম বোর্ড সংসদৰ আইনৰ দ্ধাৰা ১৯৪৮ চনত প্রতিষ্ঠিত এটি বিধিবদ্ধ সংস্থান। ই ভাৰত চৰকাৰৰ বস্ত্র মন্ত্রণালয়ৰ প্রশাসনিক নিয়ন্ত্রণত সেৱা আগবঢ়ায়।

About NESAC

About NESAC

North Eastern Space Applications Centre (NESAC) was established as a joint initiative of Department of Space (DOS) and the North Eastern Council (NEC) and came into being on 5th of September, 2000. The Centre is all set to augment the developmental process in the region by providing the advanced space technology support.

SILKS Information System

SILKS Information System

ৰেচম পালন তথ্য ও জ্ঞান ব্যৱস্থা (চিল্কচ্)ৰেচম পালনৰ লগত জৰিত পৰিকল্পনাকাৰী, প্রশাসক আৰু কৃষকৰ বাবে তথ্য আৰু পৰামৰ্শ প্রদানৰ একক খিড়িকী ব্যৱস্থা। প্রতিটো চিল্কচত প্রাকৃতিক সম্পদ, ৰেচম পালনৰ বাবে উপযুক্ত সম্ভাব্য এলাকা, প্রয়োজনীয় জলবায়ু, উন্নত কৌশল/পদ্ধতিৰ সবিশেষ আৰু বিদ্যমান সুবিধা, ৰেচম -বিপণন ইত্যাদি বিস্তাৰিত তথ্য সমূহ উপলব্দ কৰা হৈছৈ।

Natural Natural Natural Natural Natural Natural